পৃষ্ঠা:পদুম কুঁৱৰী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পদুমৰ কি হৈছে ? পদুমকুঁৱৰীৰ অপাৰ্থিৱ ৰূপ-গুণৰ কথা কোচবোৰে বহুদিনৰ অাগৰে পৰা শুনি লুভীয়া হৈ অাছি, বিশেষতঃ হদাওৰ নিচিন। ক্ষমতাশালী মানুহ এজনৰ সাহায্যত কামৰূপ লাভ, বঙ্গত রূপ চৰােবাৰ দৰে চিঠি পোৱা মাত্রকে পদুমকুঁৱৰীক বিয়া কৰাবলৈ মহা- ৰাজে কেঁৱৰক ঢালাইঘোড়াই হাতীয়ে-মানুহে দি মহা সমাৰেহেৰে পঠাই দিলে। সূৰ্য্যকুমাৰ বৰুৱা নামে এটি ৰ। পাঁচ বছৰ বয়সতে হৰদত্তই তেওঁৰ ঘৰলৈ আনি তুলি তালি ডাঙ্গৰ দীঘল কৰিছিল। পাঁচ বছৰতে সূৰ্যৰ বাপেক-মাক মৰিল। বাপেক-মাকৰ অভাৱত তেওঁক শােহ-৭লি কৰোতা কোনো নাছিল দেখি দয়ালু হৰদত্তই আনি তেওঁক প্রতিপাল কৰিবলৈ ধৰিলে। তেওঁৰ বাশেক যদি ও দুখান্না। আছিল, তথাপি ভালমানুহৰ ঘৰৰ ; আৰু হৰদত্তৰ ঘৰত সদাই উপস-ভৰা কৰি (কা মানুহ! সেইবাবে হাই কে ওঁৰ কিছু নাইকি। সেই মাউৰা লৰাটিক বৰ মৰম কৰি অতি আদৰেৰে তুলিছিল । সূর্যয়ো হৰদত্ত আৰু তেওঁৰ পত্নীৰ ওচৰত সেই বাবে ৰ কৃতজ্ঞ আছিল আৰু আপােনাৰ ঘৰত থকাতকৈও বত্ব সুখেৰে অ ল । সূর্য্য দেখিবলৈ বগা আৰু ধুনীয়া আছিল । তেতিয়াৰেপৰা সূৰ্যৰ খোৱা, থ , ধেমালি কৰা, ঘা, কথা কোৱাৰ গৱানী সুম । পদুম যত সুস্ব তত, সূর্য যত পদুম তত । পহুমে ধেমালি নকৰিলে সূর্যই ধোনি নকৰে, পদুমে বেজাৰ কৰিলে সূর্যাই বেজ) কৰে, পদুম ভাত লেখানে সূৰ্যই 'ভাত নেখা। মুঠতে কবলৈ চলে ৰাতিৰ ৬৭ ঘণ্টাৰ বাহিৰে পদুম আৰু সূৰ্যৰ এৰা ৰি নাই । পদুমৰ মনটো সদায় কেনেকৈ অনিন্দত ফুলি থাকিব সূৰ্যৰ এই চেষ্ট? আৰু সূৰ্যৰ মনটো দাম কেনেকৈ ভাল থাকিব পদুমৰ এই চেষ্টা