পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/৩৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৩২৩ ] বামী (স. শ.) এবিধ বোকাত থকা | বাৰ (সং) দুই-এধিক দহ। | সাপৰ নিচিনা মাছ। | খাৰ (সশ) পাখিত দাচিন থকা বামুণ, সে. শ.) ব্রাহ্মণ, হিন্দুৰ প্ৰধান | এবিধ ভাটো চৰাই। ১ | জাতি ; (খ্রী) বামুণী। | ৰাৰট। (স.) বাৰৰ তলত দিয়া বামুণীয়া (বি) বামুণৰ মতত প্ৰবৰ্ত্তা, | চেপেটা কাঠ। শঙ্কৰ মাধৱৰ মত নলৈ পুৰণি হিন্দু | বাৰণ (স. শ.) বাধা, নিষেধ, হাক। শাম্বৰ মতে চলা। [বে। | বাৰ ভঞ্জীয়া (বি) বহুত ভাজ থকা, বামুণ, তেকোলা (স. শ.) এবিধ ভাজৰ | যেক। বেকি। বাগতীয়া (বি)পানীৰে তল নােযোৱা | বাৰভূঞ। (স.) আসাম ৰাৰ | ঠাইত থকা বা উৎপর। ৰাজৰ পূৰ্বে আসাম দেশ শাসন বাম-বটীয়া (বি) বামে যোৱা। কৰা লোক সকল। বায়ং (বি) পৃথক, বেলেগ। কোনো বাৰমত (স.শ.) পটোতে এ বিল।- এক বিশেষ বস্তুৰ ৰাজ। কেৰে সৈতে ব্যবিলাক বায়নে (কি.বি.) বেলেগে,আন কোনো মিলাই মাতিবৰ নিয়ম। বহুৰ লগ লগােৱাকৈ। | বাৰমহীয়া (বি বাৰ মাহ সমানে চলি বায় (স.) বাকৰোতা, বামনা | থকা, সদায় এটি । | বাওতা। বাৰম্বাৰ, (কি.বি.) ঘনে-নে, অনেক বায়ু স. শ. স্থিৰ বতাহ; বতাহৰ | বাৰ। | [ তাদ। অধিপতি-দেৱতা; শৰীৰত থকা | বাৰিব। (স.) বর্ষাকাল, বৰকৈ বৰ বতাহ বা এটা ধাতু; সি বিকৃত | যুণ হােৱা সময়, এক ছু, শাও হৈ হােৱা দুর্বলতা বা মূৰ-ঘূৰণি। বাৰী (স) ফুলৰ বা ফলৰ গছ-ৰােৱা | [ম চুক।! ঠাই । ঘৰৰ চাৰিও ফালে গছ- বায়ুকোণ, (সশ.) উত্তৰ আৰু পশ্চি: | আদি থকা ঠাই। বায়ুৱা (বি) বায়ু-ৰােগে ধৰা। | বাৰীচোৱা (স.) বাৰীত বন- বাৰ, সে. শ.) সপ্তাহ এদিন, দেওবাৰ। ৰোতা। আদি; সময়, বেলি,যেনে,এৰাৰ; | বাৰু (বি) অলপ ভাল ; কি উপশক্তি যেৰ, ঘৰৰ চাৰিও ফালৰ মাজৰ | পােৱ, নৰিয় কম। (জিবি) কেঁঠালীৰ লাবণ; নাৱৰ গতি।। লগা ৰাসত হােঝ মা।