পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/২৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


তপতে। ( ২০২ ) তপতে ( ক্রি. বি.) তপত অৱস্থাত, | তম ভমক (অব) শক্তি দেখা, তে চেঁচা নােহােৱাকৈ , যেনে, পানী। দেখা। তপতে আছে। [পলম নকৰাকৈ। তমক ভম কৰে (ক্রি. বি.) হঠাৎ তপতে-তপতে (কি.বি.) তপতে থাকে। তেল শক্তি দেখাই। তেই চেঁচা নৌহওঁতেই পােনেই | তমলুৱা বি) তমালৰ যােগা, আপ- তপসী (স. শ.) তপন্থী (স্ত্রী) তপসিনী। ইতা, (বাহ)। তপস্যা (স. শ.) শৰীৰক দুখ দি কৰা | তমস্কাৰ, (বি) সাজ পাৰ পিন্ধি দেখি- দেৱতাৰ আৰাধনা তপ। | বলৈ শুৱনি হােৱ।। ১ তপন্থী (স. প.) তপসী, তপ কৰোঁতা , | তমাল (স. শ) অপইতা বাহৰ জৰী; (খ্রী) তপস্বিনী। | তংলতি গছ। তপা (বিমাজ মূৰত বা গােটেই মূৰত | তমােগুণ, “ত” চোৱা। চুলি নথকা, (মানুহ); মাজ- | তম্ভ, (অ. বা.) জিৰা, শতা, কামৰপৰা ডাগত বা গােটেইটোত চুলি ন | বিশ্রাম ল। থকা (মূৰ)। (স. শ} মাজ মূৰত | হয়তােবা) (সশ) তই আৰু তোক বা.গোটেই মূৰত চুলি নথকা | তয়াহঁয়া ) বুলি,অর্থাৎ অম' কৈ | মুনিহ; (খ্রী) পী। কৰা সম্বোধন। তপা-মূৰ। ) (বি)মাৰ মূৰত বা গােটেই তয়াময়। (বি) জিবিৰৰ কাৰণে প্রাণ- তপা-মুড়া মূৰত চুলি নথকা ; তপা। পণে যত্ন কৰা; প্রবল, ভাৰ। (শ্রী) পামুৰী, তপামুড়ী। (স.শ.) বৰ দন্দ বা খুঁজ। তপাল (স ধা.) খোৱা বস্তুৰ আস্বাদ | তৰ, ( ধা.) আপদৰ পৰা উদ্ধাৰ হ, লওঁতে ওঁঠ বা মুখ বজ।। ৰা পৰ; মুক্তি পা। (স.) তপিনা ( শ.) কৰনৰ বাল ফাল। পাৰ হ; বিকৃত কৰ, মে তৰধ, (বি) অধ, আচৰিত হৈৰ লাগি | (আঁৰা, পাল আৰু আঁৰকাপােৰ আদিত খাটে)। (স) বামহল, বা, (বি) দুষ্ট, মশত। পানী নথকা মাটি। ত) (স. শ। তিনি গুণৰ শেষ গুণ | অৰ), (বি) অগভীৰ, ৰ নোহোৱা। তম) যাৰ বাৰা মানুহৰ ইহকালত পাপলৈ ইচ্ছা পৰকালত নৰক হয়।/ তব (সৰ্ব) সেই ঠাইৰ।