যেতিয়া দেখিলে যে, “মাউথে থাকিলে গুৰি পৰুৱাৰে মৰণ নাই,” তেতিয়া সি গছৰ পৰা নামি আহি কপৌ আৰু নিগনিৰে সৈতে বন্ধুত্ব স্থাপন কৰিবলৈ বিচাৰিলে। প্ৰথমতে নিগনিয়ে অমত যেন দেখুৱাইছিল, কিন্তু পিচত কাউৰীৰ পৰা নিজৰ বিপদ অনুভব কৰি বন্ধু হল। কাউৰীয়েও মনত বৰ ৰং পালে, আৰু সেই দিনাৰে পৰা সকলোবিলাক বন্ধু হৈ থাকিল।
এই কাৰণেই মানুহে কয় যে ওপৰ চকুৱা হৈ ফুৰা ভাল নহয়, কিন্তু জাকৰুৱাৰ নাও বামেও যায়।
⸻
শ্ৰীৰামচন্দ্ৰক জোনটো লগাৰ কথা
অযোধ্যাৰ ৰজা দশৰথৰ তিনি জনা ৰাণী আছিল—কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। তেওঁবিলাকৰ ভিতৰত কৌশল্যাই পাটমাদৈ আছিল। শ্ৰীৰামচন্দ্ৰ তেওঁৰে পুতেক। শ্ৰীৰামচন্দ্ৰৰ লৰা কালতে মাক কৌশল্যা ৰাণীয়ে এদিন গধূলি তেওঁক লৈ বাহিৰত ওমলাই আছিল। সেই দিনা পূৰ্ণিমা। পূৰ্ণিমাৰ জোনে সৈতে উৰিব,”ৰ পৰা উঠি দশোদিশ উজলাই দিলে! লগে পিচে পিচে খেদা দিয়ে ধুনীয়া ঘৰবিলাকো জোনৰ পোহৰত লতাৰ মাজেদি চিকাৰী ধেমালি কৰি থাকোঁতে শ্ৰীৰামচন্দ্ৰেৰ চকু কাউৰীয়েও “চাউল গল; তেওঁ একেথিৰে চাবলৈ ধৰিলে, কিহয় তাকে চাওঁ গৈ।” মেলি জোনটোক ধৰিবলৈ কাওৰাওঁ