সমললৈ যাওক

পৃষ্ঠা:নীতিকথা.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

XXX00000000XXXXX0000000 নীতি কথা ২০। ভাষা, কলা-সংস্কৃতি এখন দেশৰ মেৰুদণ্ড ২১। লক্ষহীন পথ, পৰিশ্ৰম মাত্ৰ ৷ ২২। দানৰ শ্ৰেষ্ঠ বাক্য, অন্ন, জ্ঞান । ২৩। সু লিখকৰ এখন গ্ৰন্থ মানুহ জীয়াই থাকিবলৈ এক গভীৰ প্ৰেৰণা৷৷ ২৪। ম‍ই কৰি থৈ যোৱাবোৰ এদিন মোৰ বাবে হাঁহি বা চকুপানী হ'ব। ২৫। মৰিব বিচৰা জনতকৈ মুৰ্খ বা কাপুৰুষ আন কোনো নহয় ৷ ২৬। জীয়াই থাকিলেহে জীয়াই থাকিব। ২৭। এটা জলাশয়, চাৰিমুঠি জীৱৰ বাবে মৃত্যু সঞ্জীৱনী সম। ২৮। অন্তৰত পবিত্ৰ সমভাৱ থাকিলে তীর্থ ভ্রমণ নিচপ্রয়োজ। ২৯। সমাজ গঢ়িবলৈ, বিশ্ব বিদ্যালয়ৰ মাপকাঠিতকৈ, সামাজিক জ্ঞানৰ প্রয়োজন বেছি। ৩০। ধৈৰ্য্যশীল মানুহ শিলত খোদিত বিৰল চানেকীৰ শিলালিপি। ৩১। কৰ্ময় মানুহৰ ব্যক্তিত্বৰ পৰিচয়, ভাষাৰে প্ৰকাশ কৰে। ৩২। জাতীয় চেতনা সম্পন্ন ব্যক্তি সদায় জাতিৰ নমস্য হৈ ৰ'ব । ৩৩। অনুশোচনাৰ সমান আন কোনো শাস্তিয়ে মানুহ পবিত্ৰ কৰি নোৱাৰে। ৩৪। পিত-মাতৃ, সন্তানৰ ভৱিষ্যত। ৩৫। শিৰ্ষবিন্দুত আৰোহণ নকৰাকৈ চিন্তাশিল মানুহে কাৰো হাতত পৰাজয় বৰণ নকৰে ৷ ৩৬। বেদনাৰ চকুপানী, নতুন সৃষ্টিৰ কোমাল গজালি। ৩৭। সহজলভ্য ফল, ক্ষন্তেকীয়া তৃপ্তিদায়ক, ভৱিষ্যত তিতা । 80