নীতি কথা ভাগ চিন্তাধাৰা আৰম্ভ হৈছে। এনে চিন্তাধাৰাই সমাজ নগঢ়ে বৰং সমাজৰ ক্ষতিহে বন্ধু বেচি কৰে। এনে ধৰ্মবিদ্বেষ ত্যাগ কৰক। কুৰি শতিকাৰ ৰাজনীতিবিদ পটি ...দৰে আপোনালোককো বোকা চতিওরা খেল খেলি, নতুন প্রজন্মক ধ্বংস মই নকৰিব। সমাজখন ভুল পথে নিনিব। ধৰ্মৰ পৱিত্ৰতা অক্ষুন্ন থাকিবলৈ পূৰা দিয়ক। আহক একাপ চাহ খাম। বেয়া নাপাব। দুয়োজনে আজি এটা সুযোগ পাইছো। আমাৰ আত্ম আলোচনা কৰিবলৈ, চাহ খাওঁক। বন্ধু : মই এইবাবে কৈছো কলি কালত হৰি নামৰ বাহিৰে আন একোতে গতি নাই, মুক্তি নাই । সেইবাবে পূজা-পাতল ত্যাগ কৰি হৰি নামত ব্ৰতী হ’ভ লাগে। আপুনি বেয়া পালেও কম, কলিত হৰি নামৰ বাহিৰে আন একোতে গতি নাই । মই ঃ ভাল কথা মুক্তি পোৱাৰ বাবে এটা সহজ পথ আপুনি দেখুৱাইছে। এই সহজ পন্থাৰে গতি বা মুক্তি লাভ কৰিম। কিন্তু বন্ধু তলৰ পদফাকি কোনে ৰচনা কৰা আৰু কি কৈছে? মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো । ৰস মই মাগহো ভকতি।। এই পদফাকি কোনে কাক কৈছে, কিয় কৈছে, পদফাকিৰ গূঢ়াৰ্থ কি ? যিজন ভকতৰ মুক্তিতো স্পৃহা নাই, মুক্তিও কামনা নকৰে সেইজন প্রকৃত ভকত, তেওঁক প্ৰণাম কৰো, তেওঁকে প্ৰাৰ্থনা কৰো। তেনেহ'লে আমি কিয় নিজ স্বার্থত অন্ধ হৈ সংসাৰত কিছপুমান অপ্রয়োজনীয় কর্ম কৰি আমাৰ মুক্তিৰ পথত কাইটীয়া গছ ৰোপন কৰিছোঁ। আপুনি কৈছে কলিকাল কলিকালত হৰি নামৰ বাহিৰে গত্যন্তৰ নাই। বাৰু বাকী দেৱ- দেৱীৰ পজা-পাতালবোৰ কি কৰা হ'ব।
পৃষ্ঠা:নীতিকথা.pdf/৩৯
অৱয়ব