সমললৈ যাওক

পৃষ্ঠা:নীতিকথা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১% নীতি কথা %%%%% আহিলা। এই ঘোৰাবোৰ যুদ্ধত কিমানৰ মৃত্যু হয় তাৰ হিচাপ ৰখাৰ আহৰি কাৰো নাই। প্রাণীপ্রেমী : আজিকালি বন্দুক-বাৰুক মই ঃ কি বন্দুক বাৰুদৰ কথা কয়, আপুনি। বন্দুক-বাৰুদৰ দিন ঠিকেই। বৰ্ত্তমানো সৈন্য বিভাগত ব্যৱহাৰ কৰা ধুনীয়া ধুনীয়া প্রশিক্ষণপ্রাপ্ত ঘোৰাবোৰ দেখিছেনে ? তীর্থ ভ্ৰমণত ব্যৱহৃত ঘোৰাবোৰ নিশ্চয় আপুনি দেখা পাইছে। বৃটিছ চাহাবৰ দিনৰ পৰা প্ৰতিযোগিতামূলক খেলত ব্যৱহাৰ কৰা প্ৰশিক্ষিত ঘোৰাবোৰে কাৰবাক শ্ৰেষ্ঠৰ পৰা শ্ৰেষ্ঠতম কৰা নাইনে? মন্দিৰবোৰক কোৱাৰ দৰে সৈন্য বাহিনীৰ ঘোৰাবোৰ মুক্তি দিব পাৰিবনে? পাৰিবনে বৰ বৰ মানুহৰ ঘৰত গলত পেটি লগাই বান্ধি থোৱা দামি দামি কুকুৰবোৰ এৰি দিব ক'বলৈ। কেৱল আপোনালোকে একপক্ষিয়ভাবে মঠ-মন্দিৰত বলি-বিধান দিয়াৰ বিৰোধিতা কৰিছে। মাঘ বিহুৰ উৰুকাৰ দিনাখন হাতে বজাৰে, চহৰে-নগৰে বধ কৰা জীৱ-জন্তুৰ সংখ্যা, বলি দিবলৈ অনা জীৱ-জন্তুতকৈ বহু গুণে বেছি আপুনি হয়তো গভিভাবে চিন্তা কৰা নাই ৷ অভয়াৰণ্যলৈ যাওঁক তাত দেখিব পৰ্য্যতকৰ বাবে হাতীৰ চাফাৰী। মৰুভূমিত মৰুভূমিৰ জাহাজ উট। বোজা ববলৈ গাধ, ঘোৰা এইবোৰক মানুহৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰিব পাৰিবনে? অৰণ্যৰ মাজত গছ টনা, গছ ভঙা কামত মানুহে হাতী ব্যৱহাৰ কৰে। কেতিয়াবা বোজা বৈ বৈ হাতীবোৰ নিশকতীয়া হৈ মৃত্যুমুখি হৈ পৰে। সেইবোৰ উদ্ধাৰ কৰিব পাৰিবনে ? আপুনি বিৰক্তিবোধ কৰিছে বা মোক বেয়া পাইছে। মই মাত্র প