এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭০
[ ৩ অঙ্ক
নিৰ্ম্মলা
| বলোৰাম— | আপোনালোকে ভাল পাইছে বুলি শুনি সুখী
হলো। বাপা! এই পিনে পাণ চিগাৰেট অনা নাই হবলা, পঠিয়াই দিয়া। |
| হৰনাথ— | আপোনাৰ দৰে এই অঞ্চলত ইমান সমাৰোহেৰে
কোনেও এনে কাম কৰা নাই; আৰু আয়োজনটো জানো কম। বাইজী দুটি যেন সাক্ষাৎ পৰী। এই বিয়াৰ বিষয়ে মোৰ কাকতত যথেষ্ট লিখিম। |
মন্মথ—আৰ একটী চলুক।
| বলোৰাম — | একটা ভাল দেখে গান গাওত এবেলা।
বাইজী— যে আজ্ঞা [ গান বাদ্য আৰু নাচ ] |
গান
চাইনা চাইনা চাইনাৰে তোৰ ওজন কৰা ভালবাসা
সিন্ধুসম ভালবাসা, বিন্দুতে কি যায় পিপাসা?
ভালবাসা পাকা সোণা, ভালবাসায় ভাব মেলেনা।
ভালবাসা বেচা কিনা ভৰা ডুবি কৰে আশা।
| [ দৰা দৰা আহিছে বুলি সকলো লৰালৰি কৰি প্ৰস্থান। ] |