সমললৈ যাওক

পৃষ্ঠা:নিৰ্ম্মলা.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩য় অঙ্ক।

১ম দৃশ্য– [বৰুৱাৰ ঘৰ ] বৰুৱা, বৰুৱানী, পদ্ম, ধিভাই, নিৰ্ম্মলা।
২য় দৃশ্য— [ পুখুৰী ঘাট ] কপাহী, বকুলী, ফেদেলী, ভকতনী।
৩য় দৃশ্য— [ বৰুৱাৰ ঘৰ ] নিৰ্ম্মলা, পদ্ম, বৰুৱা।
৪ৰ্থ দৃশ্য— [ সদৰ আমিনৰ ঘৰত বিয়া ] ঢাকায়া বাইজী দুজনী,

মন্মথবাবু, হৰনাথ, কুমুদ, বলোৰাম।

৫ম দৃশ্য— [ বিয়া ঘৰৰ পদুলী)

বলোৰাম, হৰেশ্বৰ।মানিক (দৰা), মহেন্দ্ৰ, প্ৰিয়

৬ষ্ঠ দৃশ্য— [ বৰুৱাৰ ঘৰ] নিৰ্ম্মলা, কপাহী, মহেশ্বৰী, ৰৰুৱানী,

বৰুৱা।

৭ম দৃশ্য— [ যমুনাৰ ঘৰ ] বৰুৱা, যমুনা, পদ্ম।

৪ৰ্থ অঙ্ক।

১ম দৃশ্য— [ ব্ৰাহ্মণৰ সভা] চণ্ডী, মহেশ্বৰ, বৰুৱা।
২য় দৃশ্য— [ বৰুৱাৰ ঘৰ, সময় ৰাতি ] নিৰ্ম্মলা, বৰুৱা।
৩য় দৃশ্য— [ বৰুৱাৰ ঘৰ ] বৰুৱানী, বৰুৱা, পদ্ম
৪ৰ্থ দৃশ্য— [ পমুৱ। ঘৰ ] নিৰ্ম্মলা, ভকতনী।
৫ম দৃশ্য— [ গাৱঁৰ অন্য এক অংশ ] মহেশ্বৰ, ভৰুতনী, নিৰ্ম্মলা।

৫ম অঙ্ক।

১ম দৃশ্য— [ বাটৰ দাতি] পদ্ম, ১ম বাটৰুৱা, ২য় বাটৰুৱা।
২য় দৃশ্য— [ আশ্ৰম ] নিৰ্ম্মলা, সন্যাসী।
৩য় দৃশ্য— [ আলিবাট ] বৰুৱা, ১ম বাটৰুৰা, ২য় বাটৰুৱা।
৪ৰ্থ দৃশ্য— [ ৰাজআলি ] পদ্ম।
৫ম দৃশ্য— [ ব্ৰহ্মপুত্ৰৰ পাৰ ] বৰুৱা, নিৰ্মা, পদ্ম।

সামৰণিত—কৰুণ ঐক্যতান ৰাগিনী।

যৱনিকা