সমললৈ যাওক

পৃষ্ঠা:নিৰ্ম্মলা.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

নিৰ্ম্মলা।
বিশ্বনাথ নাট্য মন্দিৰত ১ম অভিনিত (১৯৪১)
সপ্তমী-ৰাতি দূৰ্গা পূজা উপলক্ষে

 ৰক্ষণশীল সকলৰ নানান বিৰোধ স্বত্বেও কৃতকাৰ্য্যতাৰে অভিনিত হৈ যায়।

কৃতি ভাৱৰীয়াসকল

১। বৰুৱা শ্ৰীযুত জুবেলা প্ৰসাদ আগৰৱালা।
২। মহেশ্বৰ দেউ ,, জীৱন চন্দ্ৰ বৰুৱা।
৩। পদ্ম ,, শিৱ বৰঠাকুৰ।
৪। নিৰ্ম্মলা ৺বসন্ত কুমাৰ সিংহ।
৫। যমুনা শ্ৰীযুত ঠামুৰাম দাস।

আৰু অন্যান্য সকল।