সমললৈ যাওক

পৃষ্ঠা:নিৰ্ম্মলা.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫ম দৃশ্য]
১১৩
নিৰ্ম্মলা


পৰা উত্থিত আমোদ ভোগ কৰিবলৈ অসমৰ্থ।

আহা, আমি মৰণৰ সিপাৰে অনন্তৰ বুকুত সত্য স্বৰূপ, অক্ষয় প্ৰেম, পৰমানন্দত পূৰ্ণ বিকাশ,চৰম উৎকৰ্ষ, অনন্ত শান্তি লাভ কৰোগৈ।

( দুয়ো নদীত জাপ দিয়ে )

পট

আঁৰকাপোৰ