এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উচৰ্গা
প্রতিভা আইদেউ জীয়াই থাকোঁতেই এই পুথি ছপাই
তেওঁৰ নামত উচৰ্গা কৰা হৈছিল, এতিয়|
তেওঁ স্বৰ্গবাসী হৈছে।
বৰ্ত্তমান সেই পুৰণি ফুল কেপাহিৰ লগত নতুন
কেইপাহিমান গোটাই নতুন জৰীৰে এই
মালা গঁথা হল আৰু তাক
তেওঁৰ স্মৃতিৰ উদ্দেশ্যে
উচৰ্গা কৰা হল।
★
গ্ৰন্থকাৰ