এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯)
ভাল লাগে, নিজৰ মাজত সেইবোৰ অতবছৰে কোৱাকুই কৰোঁতে আৰু আমনি লগা হল । আশঙ্কা স্বত্ত্বেও যোৰ এটি ক্ষীণ আশা আছে - কিজানি লিখা ধৰণ, অলপীয়া ঠাইতে লিখকৰ চৰিত্ৰ আলোচনাৰ সুন্দৰ ক্ষমতা আৰু অসমত এনে ধৰণৰ কিতাপৰ অভাৱ— এই আটাইকেইট। কথাকে বিবেচনা কৰি দয়ালু অসমীয়া বাইজে এই কিতাপ খনিক অলপ মৰমৰ চকুৰে চাব ৷
|
|
শ্রীউমাকান্ত গোস্বামী
|