সমললৈ যাওক

পৃষ্ঠা:নলদময়ন্তী নাটক.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৬ নল-দময়ন্তী [ চতুৰ্থ অঙ্ক স্মৰণ কৰিব কাল আৰু কণি তাৰ ওচৰ চাপিব’ নোৱাৰিব। মই এতিয়া যাওঁহে ।

(প্রস্থান ) বাহুক-_নকলে। প্রভৃৰ লীল1! তেখেতেহে সকলে| কৰোৱায়! কাৰ সাধ; তেখেতৰ Fila বুজে ! হে লীলাময় প্রভু! তোমাৰ চৰণত শত শত সেবা! গীত সকলে| তোমাৰ Aa প্রভু দয়াময় ! তুমি কর্তা তুমি কশ্ব ari স্থতি লয়! আমি হে কৰিছে বুলি আমি মূর্খে ভাবে! ৷ তুমি বে কৰোরা সব জানিও casita ! সাপ হৈ খোট! বেজ হৈ জাবা ! ব্রহ্মা হৈ জা তুমি যম হৈ মাৰ| ৷! কেতিয়াবা আই! তুমি মিত্ৰকূপ ধৰি ! কেতিয়াবা হোৱা বৈৰী শত্ৰৰূপ ধৰি! শত্ৰামন্ৰ পুঞ্জভার্য)া সকলোতে তুমি ! প্রণমো। তোমাৰ পারে বাৰে বাৰে নমি !!