তুতাস্ন yy | অৰণ্যৰ বাহিৰত খড়ি লোৰা বুড়ী এজনীবে সাক্ষাৎ আৰু টাচ কৰে পতন |
ৰুড়া--আইএ দেহী! এইটা বৰ বূপহী ছোৱালী । হাবিখনৰ পৰা লৰি ওলাই আহি ইয়াতে মুছকছ, গল। নিশ্চয় কিব| বিপদ ঘটিছে! মূৰত পানী দিওঁ৷ পানী দিলেই মৃচ্ছাভদ্দ হব; তেতিয়া সকলো| বুজ পাম। ( ওচৰৰ খালৰ পৰা পানী আনি মূৰত দিয়ে।)
দন__( সংজ্ঞ। পাই ) উঃ বাম! মৰিলনে সেই পাপিষ্ঠটো ? মোৰ গাত হাত দিয়ে, ইমানটে। সাহ ৷ মহাৰাজ! কলৈ গল? তোমাৰ সাদবী-- দময়ন্তীৰ আজি কি fata হৈছে, চোৱাহি আহা!
বুড়ী--তুমি কোন আই } মোক ABTA কথা কোরাছোন। মই তোমাক পাৰিলে সহায় কৰিম৷
দম--আই | মই fans বাজকন্ত।। মোক তুমি বিদর্ভব বাটটো দেখুৱাই দিব পাব| নে? মই তোমাক ভালকৈ পুবদ্ধাৰ দিয়াম |
বুড়ী-আই! তোমাক মই নিজেই বিদর্ভব ৰাজকাৰেঙত থৈ আহিমগৈ। কিন্তু তোমাৰ লেখিয়! কপহী গাভকবৰ বাটত নানা বিপদ ঘটিব পাৰে; সেইবাবে, সৌ-জোপ| গছৰ পাত ঘ'হি তোনাৰ বৰণটো ক'লা কৰি দিওঁ, আহা। ( বৰণটো| ক’ল| কৰে৷) এতিয়া| মোৰ সৌ পঞ্জাটোলৈ বলা 1 তাত মই তোমাক কেতবোৰ লেতেবা কাপোৰ কানি পিন্ধাই লৈ বিদর্ভলৈ বাওণা হম ৷
[ দুইবে৷ প্রস্থান ।