সমললৈ যাওক

পৃষ্ঠা:নলদময়ন্তী নাটক.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় দৃশ্য ] নল-দময়ন্তী ৩৭

পৰাণ-ঈশ্বব মোৰ ! হৃদয়ৰ ধণ। দিয়! দেখা আহি মোক নকৰি বৰ্জ্জন | নেলাগে মোক বাজ্যধন নেলাগে সম্পদ সদাই আগত পালে তোমাৰ Bow !

টোপনি যেতিয়া যাব৷ গছৰ তলত

দানীয়ে কৰিব সেৱা ৱহি চৰণত ।

fae জীবন হয় সতী তিবোতাৰ ।

নেপায় হুবিধা বদি পতিৰ সেবাৰ ।

নাথ ! দাসীয়ে কাতৰে মাতো গলবন্ত্র হৈ নেযাব নেযাবী নাথ মোক এৰি থৈ।

fasta as হাবিৰ মাজ । নগাবেশী দুই ব্যাধৰ প্ৰবেশ ।

১ম ব্যাধ--এই ভীষণ অৰণ্যৰ মাজত কোনে বিনাইছে অ! মাতটে| হলে বৰ স্থৱলা--কোনোবা মাইকী মানুহৰ মাত যেন লাগে। আহছোন চাওঁগৈ। (দুয়ে৷ আগবাঢ়ে )

২য় ব্যাধ__সৌজনী চা। কোনোবা দেবী পাই। এনে স্থৱণী তিৰোতা মই ক’তো দেখা নাই পাই ।

১ম ব্যাধ_কোনোবা পিশাচিনী ও হব পাবে ॥ মায়| কৰি এনে শুৱনী ৰূপ ধৰি আমাক ছলিব লৈ আহিছে৷ ধেনুকাড় ঠিক কৰি ল। বলছোন ওচৰলৈ যাও । সোধোগৈ। (ছুয়ে! ওচৰলৈ যায়!