সমললৈ যাওক

পৃষ্ঠা:নলদময়ন্তী নাটক.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

xs নল-দমরন্তী [ দ্বিতীয় অঙ্ক

নাই মোৰ ধৰ্ম্মাধৰ্্ম নাই মোৰ HAE ।

বিপদ ঘটাই বং চোৱাটোৱেই মোৰ ধৰ্ম্ম ৷ মিছলীয়া, geet আৰু মহাপাপী

ata যদি আহা তুনি মোৰ ওচৰ চাপি ৷ পিশাচ ৰাক্ষস বত, ব্যাপি চৰাচৰ জানি থবা সকলোবোৰ মোৰ অনুচৰ | RAN যম মই, বলীৰ সেৱক | নিশ্চয় পাতিম বজা, নই পুষ্কৰক। [ সকলোৰে প্রস্থান ।

fasta wy ৰাজ-সভা |

নিংহাসনত নল, মন্ত্ৰী, সেনাপতি, ইন্দ্রসেন আক ইন্দ্রসেনা, বিদূষক।

নলঁমক্সি] ৰাজ্যৰ ভিতৰত কোনো প্রকাৰ অশান্তি নাই তো? মোৰ প্রজাবোৰে শান্তিবে দিন নিয়াইছে তে?

মন্ত্রী_মহাৰাজ ! বৰ বেজাৰৰ কথা, ৰাজ্যত ঘোৰ বিশৃঙ্খলতা৷ উপস্থিত । সকলো! মানুহ উদ্বিগ্ন । শান্তিস্থাপনৰ নিমিত্তে মোৰ সকলো! চেষ্টা মিছা হৈছে ।

নল--কিয় এনে হৈছে ?