সমললৈ যাওক

পৃষ্ঠা:নলদময়ন্তী নাটক.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শা] নল-দময়ন্তী ৯৩

প্রথম

ay

RAP যে ভাল হয়। তোমালোক বেছ কৌশলী । বাৰু আজিৰ পৰা তোমালোকক মোৰ কামত নিযুক্ত কৰা হল। শীঘ্ৰে তোমালোকে কাধ্যাৰম্ভ কৰা।

কপি--আপুনি বাক পাশ! থেললৈ আহ্বান কৰকগৈ আমাৰ বন্দবন্ত হৈয়ে আছে বুলি ধৰক |

প্রব-__বাক তেন্তে মই ৰজাৰ ওচৰলৈ যাওঁ ।

[ প্রস্থান ।

কলি__চোরাছোন, দ্বাপৰ ! তুমি পাশাৰ গাত a%, প্ৰত্যেকবাৰে RAS

জিকাবা। মই নলৰ গাত প্রবেশ কবি ৰাজ্য, ধন সকলো বাজি থবলৈ, তাৰ oa fe জন্মাম ।

দ্বাপৰ--তাৰ এইদৰে সৰ্ব্বনাশ কৰাটে৷ ভাল হবনে? কবলৈ গলে, সি আমাব কোনো জগৰ লগোৱা নাই।

কলি--ছিঃ তুমিও সেই মূৰ্খকেটাৰ লেখিয়া হল! নেকি? মই বি কৈছে৷ তাকে কৰা । নট

স্বাপৰ--বাৰু, যেনে ভাল দেখ! কৰা ৷ মইনো আৰু কি কম? মই বাৰু পাশাৰ গাত লভিম ৷

( দ্বাপৰে সৈতে কলিৰ প্রস্থান আৰু গীত । )

কলিৰ গীত।

মোৰ নাম কঞ্চি মহাৰাজ । পু্বক বজা পাতি নলক কৰিম বাজ ॥ মোৰ নাম কন্ধি মহাৰাজ ॥ (মই) নিদ্দোধীক দণ্ড দিওঁ দোষীক পুৰস্কাৰ । ন্তায়নি্ট লোকৰ ঘৰত লগাওঁ হাহাকাৰ।