সমললৈ যাওক

পৃষ্ঠা:নলদময়ন্তী নাটক.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অঙ্ক |

প্রথম Fy! TEA প্রবেশ ।

প্ুৰক্ৰ-_কপাল ! কপাল ! সকলো কপাল !! মই বদি বৰটো হৈ উপজিলে হেতেন, তেন্তে মইয়েই Tal হলোহেতেন ! কিন্তু উপজিলে। সৰুটো হৈ। কপাল ! কূপে, গুণে, বিস্তার, মইনে| নলতকৈ কিহত কম ? অথচ নল হল ৰজা৷ আৰু সকটো হৈ ওপজাবাবে মই হলে? তাৰ বৃত্িভোজী | বজা হবব মোৰ বৰ হেঁপাহ আছিল। কিন্তু সেই হেঁপাহ আক হেঁপাহতে গ'ল; ইয়াকে বোলে কপাল! প্রজাবোৰো natal | সিহঁতেও নলকহে ভাল পায়। নল থকাডোখৰত সিহঁতে মোক কেতিয়াও বজা পাতিবলৈ আগ নাবাঢ়িব। নলৰ পাছত আকৌ পুতেক ইন্দ্ৰসেন আছেই ৷ নল আক ইন্দ্ৰসেন হুয়ো নোহোৱাহলেহে বদি প্রজাবোবৰ মোলৈ মনত পৰে | দেখা য'কছোন বাৰু, ক’ৰ পানি ক’লৈ বায়!

(Bt আৰু সত্যকেতু ভেশে কলি আৰু দ্বাপৰৰ প্রবেশ )

কলি--যুবৰাজ ! এইদৰে মনমাৰি আছে কিয় ?

পুদ্ৰৰ--আপ্োনালোক নো কোন?

কণি_মোৰ নাম কালগ্জৰ; এখেতৰ নাম সত্যকেতু। আনি কামবিচাৰি আহিছো।

ARE নিজেই লোকৰ তলতীয়া। তলতীয়াৰ তলত তলতীয়া হৈ নে৷ তোমালোকৰ লাভ কি?