[ প্রথম অ দাকন্যাৰ ওপৰত যেন সদায় দেব আশীর্ব্বাদ থাকে। [ প্রস্থান । নাৰদ—হে দেবৰাজ ! দয়মন্তীয়ে মোক দেখিও নেদেখা হল কিয় ? “কন্যা বৰয়তে ৰূপং” কথাষাৰ তেন্তে মিছা ? ইন্দ্ৰ — দ্ৰ—হে মহামুনি! আপুনি পিন্ধাউৰাৰ পাছত আর্চি নোচোৱাকৈ আহি- ছিল হবলা ? নাৰদ—এ, সেইটে৷ যে হয়। বিষ্ণুক আচি খুজিলত তেওঁ আচিখন বিচাৰি নেপালে । • ইন্দ্ৰ— তেন্তে, সেইবাবেই এনে হল। পিন্ধাউৰাৰ পাছত সদায় এবার আচিত মুখ চোৱা উচিত। বব, মই আচি দিওঁ । নাবদ—এঃ এতিয়া চাই আৰু কি হব ? ইন্দ্ৰ নহয় এবাৰ চ'ক । (আর্চি দিয়ে ) নাবন—( আৰ্চিত মুখ চাই, নিজৰ মুখাবয়ব দেখি খঙত ) আজি মই বিষ্ণুক ভালকৈয়ে দিম ! তেওঁ মোক এনেদৰে ছলিব বুলি জনা হেতেন, মই তেওঁৰ তালৈ তেওঁৰ সাজটো ধাৰলৈ খুজিবলৈ কেতিয়াও নগলে। হেতেন! উঃ মোক এনেদৰে ছলিব পায় নে ? ( খঙত হাত ভৰি আছাৰে আৰু সাজটো সোলোকাই দলিয়াই পেলায় আৰু প্রস্থান ) কলি—দেবৰাজ ! আপোনালোকে দেখোন নলক বৰছে দিলে। মই কিন্তু দময়ন্তীয়ে আমাক এইদৰে প্রত্যাখান করা কেতিয়াও নহে। সিহঁতক এসেকা দিহে এৰিম । তাই দেৱতাক এৰি মনিছক ভজে ! ইমানতো তাইৰ সাহ !!
পৃষ্ঠা:নলদময়ন্তী নাটক.pdf/২৪
অৱয়ব