সমললৈ যাওক

পৃষ্ঠা:নলদময়ন্তী নাটক.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ নল-দময়ন্তী [ প্রথম অ বঙ্গা–থাক। থাকা বিদূষক । অলপ গহীন গম্ভীৰ হোৱা । সৌৱা নিমন্ত্রিত ৰজা সকল দুজন এজনকৈ আহিবলৈ ধৰিছে ঋতুপৰ্ণৰ প্ৰবেশ। মন্ত্রী আগ বাঢ়ি গৈ ) আহক মহাবাজ ! 91 আসন গ্রহণ কৰক। ( বিদর্ভ ৰজাৰ প্ৰতি ) এখেত অবোধ্যাপতি মহাৰাজ ঋতুপর্ণ। ( অযোধ্যাৰজাৰ প্ৰতি ( বিদৰ্ভৰাজলৈ দেখুৱাই ) এখেতেই আমাৰ বিদর্ভৰাজ । . . .( উভয় ৰজাই পৰস্পৰৰ লগত অভিবাদন প্রত্যভিবাদন করে) । ১- মিথিলাবাজ বৃদ্ধ হৰ্ষজৰ প্ৰবেশ । লাল এখেতকো, মন্ত্রীয়ে, আগরঢ়াই আনে আৰু বিদর্ভরাজৰ লগত তিন অভিবাদন প্রত্যভিবাদনৰ পাছত এখেতেও আসন চিকি গ্রহণ করে । । । জ দ্বাপৰ আৰু কলিব প্রবেশপত দ্বাপৰ-ক’তা বিদর্ভরাজ ক'ত আছে ? বিদর্ভৰাঙ্গ—আহক আহক, আসন গ্রহণ কৰক কলি—( আসন গ্রহণ কৰি ) স্বৱম্বৰলৈ আৰু কিমান পৰ আছে ? বিদূষক—নাই আৰু বহুত পৰ। আপুনি দেখোন আহিয়েই বিতত হল! ( হাহে ) কলি—তুমি কোন হেঁ? এইদৰে হাঁহিছা কিয়ী বিদুষক—মই এজন দুথীয়া বামুণ কলি—ও বুজিছে৷ তুমি হবলা বিদূষক ?গী নহলে, আনে এইদৰে নাহাঁহিলে হেতেন। বিদৰ্ভৰাজ—এওঁ তেনেকুৱাই । এওঁৰ কথাত নালাগিব এওঁৰ হাঁহিৰ সময় অসময় নাই। এওঁ ভালতো হাঁহে বেরাতো হাঁহে ।