১০০ লৈকে সংখ্যা পঢ়া আৰু লিখা
১ এক ২ দুই ৩ তিনি ৪ চাৰি ৫ পাঁচ ৬ ছয় ৭ সাত ৮ আঠ ৯ ন ১০ দহ ১১ এঘাৰ ১২ বাৰ ১৩ তেৰ ১৪ চৈধ ১৫ পোন্ধৰ
১৬ ষোল্ল ১৭ সোতৰ ১৮ ওঠৰ ১৯ উনৈশ ২০ বিশ ২১ একৈশ ২২ বাইশ ২৩ তেইশ ২৪ চৌব্বিশ ২৫ পচিশ ২৬ ছাব্বিশ ২৭ সাতাইশ ২৮ আঠাইশ ২৯ ঊনত্ৰিশ ৩০ ত্ৰিশ