পৃষ্ঠা:নতুন ধাৰাপাত.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নতুন ধাৰাপাত
 


৭ সাত
৮ আঠ
৯ ন
১০ দহ

   


০০০০০০০
০০০০০০০০
০০০০০০০০০
০০০০০০০০০০

০ শূ্ণ্য

 একো নথকা বুজাবলৈ শূণ্য ব্যৱহাৰ কৰা হয়। অকলে থাকিলে শূণ্যৰ কোনো মূল্য নাই। অঙ্কৰ সোঁফালে বহিলে ই দহ গুণ বঢ়ায়।

 

-:00:-