পৃষ্ঠা:নতুন ধাৰাপাত.pdf/৩৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নতুন ধাৰাপাত
২৯
 

দুই পক্ষ

 কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষ।

ছয় ঋতু

১। বসন্ত - ফাগুণ আৰু চ'ত মাহ।
২। গ্ৰীষ্ম - বহাগ আৰু জেঠ।
৩। বৰ্সা − আহাৰ শাওণ।

   

৪। শৰৎ - ভাদ আৰু আহিন।
৫। হেমন্ত - কাতি, আঘোণ।
৬। শীত - পুহ, মাঘ।

ছয় ৰস

 তিতা, কেঁহা, জলা, টেঙা, লুণীয়া আৰু মিঠা।

পোন্ধৰ তিথি

 প্ৰতিপদ, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী, অষ্টমী, নবমী, দশমী, একাদশী, দ্বাদশী, ত্ৰয়োদশী, চতুৰ্দশী, পৃৰ্ণিমা বা অমাবস্যা।

দহ দিশ

 উত্তৰ, দক্ষিণ, পূৱ, পশ্চিম, অগ্নি, ঈশান, বায়ু, নৈঋত, উৰ্দ্ধ আৰু অধঃ।

সাত ৰং

 বেগুণীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।

বাৰ ৰাশি

 মেষ, বৃষ, মিথুন, কৰ্কট, সিংহ, কন্যা, তুলা, বৃশ্চিক, ধনুঃ, মকৰ, কুম্ভ আৰু মীন।

পঞ্চ শস্য

 ধান, মাহকলাই, তিল, মুগ আৰু যৱ।