পৃষ্ঠা:নতুন ধাৰাপাত.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিয়োগ নেওঁতা

 কোনো ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা এটা বাদ দিয়াকে বিয়োগ কৰা বুলি কয়।

“ - ” এইটো বিয়োগ চিন।

 ডাঙৰ আৰু সৰু সংখ্যাটোৰ মাজত এই চিনটো থাকিলে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে বুলি বুজিব লাগিব।

যেনে— ♼♼ - ♼‍ = ♼ ; ♼♼♼♼ - ♼ = ♼♼♼

পঢ়াৰ নিয়ম−

 একৰ এক গলে শূণ্য; দুইৰ এক গলে এক, তিনিৰ এক গলে দুই; চাৰিৰ এক গলে তিনি।

১ - ১ = ০
২ - ১ = ১
৩ - ১ = ২
৪ - ১ = ৩
৫ - ১ = ৪
৬ - ১ = ৫
৭ - ১ = ৬
৮ - ১ = ৭
৯ - ১ = ৮
১০ - ১ = ৯

২ - ২ = ০
৩ - ২ = ১
৪ - ২ = ২
৫ - ২ = ৩
৬ - ২ = ৪
৭ - ২ = ৫
৮ - ২ = ৬
৯ - ২ = ৭
১০ - ২ = ৮
১১ - ২ = ৯

৩ - ৩ = ০
৪ - ৩ = ১
৫ - ৩ = ২
৬ - ৩ = ৩
৭ - ৩ = ৪
৮ - ৩ = ৫
৯ - ৩ = ৬
১০ - ৩ = ৭
১১ - ৩ - ৮
১২ - ৩ = ৯

৪ - ৪ = ০
৫ - ৪ = ১
৬ - ৪ = ২
৭ - ৪ = ৩
৮ - ৪ = ৪
৯ - ৪ = ৫
১০ - ৪ = ৬
১১ - ৪ = ৭
১২ - ৪ = ৮
১৩ - ৪ = ৯

৫ - ৫ = ০
৬ - ৫ = ১
৭ - ৫ = ২
৮ - ৫ = ৩
৯ - ৫ = ৪

১০ - ৫ = ৫
১১ - ৫ = ৬
১২ - ৫ = ৭
১৩ - ৫ = ৮
১৪ - ৫ = ৯

৬ - ৬ = ০
৭ - ৬ = ১
৮ - ৬ = ২
৯ - ৬ = ৩
১০ - ৬ = ৪

১১ - ৬ = ৫
১২ - ৬ = ৬
১৩ - ৬ = ৭
১৪ - ৬ = ৮
১৫ - ৬ = ৯