পৃষ্ঠা:নতুন ধাৰাপাত.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নতুন ধাৰাপাত
 


৩১ একত্ৰিশ
৩২ বত্ৰিশ
৩৩ তেত্ৰিশ
৩৪ চৌত্ৰিশ
৩৫ পয়ত্ৰিশ
৩৬ ছয়ত্ৰিশ
৩৭ সাতত্ৰিশ
৩৮ আঠত্ৰিশ
৩৯ ঊনচল্লিশ
৪০ চল্লিশ
৪১ একচল্লিশ
৪২ বিয়াল্লিশ
৪৩ তিয়াল্লিশ
৪৪ চৌৱাল্লিশ
৪৫ পঞ্চল্লিশ
৪৬ ছয়চল্লিশ
৪৭ সাতচল্লিশ
৪৮ আঠচল্লিশ
৪৯ ঊনপঞ্চাশ

   


৫০ পঞ্চাশ
৫১ একাৱন
৫২ বাৱন
৫৩ তেৱন
৫৪ চৌৱন
৫৫ পঁচপন
৫৬ ছাপন
৫৭ সাতাৱন
৫৮ আঠাৱন
৫৯ উনষাঠি
৬০ ষাঠি
৬১ একষষ্ঠি
৬২ বাষষ্ঠি
৬৩ তেষষ্ঠি
৬৪ চৌষষ্ঠি
৬৫ পঁয়ষষ্ঠি
৬৭ সাতষষ্ঠি
৬৮ আঠষষ্ঠি