৬।আবিষ্কাৰ( যুগান্তৰকাৰী সামাজিক উপন্যাস ) লেখকৰ “সাধনাই” অসম-সাহিত্য সভাৰ উপন্যাস-প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰি তিনি শ টকা বঁটা পাইছিল। “আবিষ্কাৰৰ” ঠাই “সাধনাৰে৷”বহুত ওপৰত।
মূল্য—৩ টকা।
গণ-বিল্পৱ( বুৰঞ্জীমূলক উপন্যাস ) ইয়াত পাব বিদেশী গুৰুৰ আমদানীৰ ফলত ধৰ্ম্ম-বিপ্লব, ৰাজকীয় শক্তিৰ অপব্যৱহাৰত প্ৰাজা শক্তিৰ উত্থান আৰু ৰাজশক্তিৰ পতন।
মূল্য- ১/০
৮। অদৃষ্ট (সামাজিক উপন্যাস ) এনে ঘটনাবহুল চিত্তাকৰ্ষক সামাজিক উপন্যাস অসমীয়া ভাষাত দ্বিতীয় নাই। অথচ ই অতিৰঞ্জিত নহয়, আমাৰ সমাজৰ নিখুঁত চিত্ৰ।
মূল্য — ১৩০ অনা।
৯৷ হত্যাকাৰী কোন(ডিটেক্টিভ উপন্যাস ) ইয়াত কোনো অলৌকিক বা অস্বাভাৱিক ঘটনা নাই, অথচ আদিৰ পৰা অন্তলৈকে কৌতূহলো-দ্বীপক। ই অকল ডিটেক্টিভ কাহিনীয়েই নহয়,এখনি অতি নিখুঁত সমাজ চিত্ৰও।
মূল্য- ১৯০ অনা।
পোৱাৰ ঠিকনা ঃ-
১। হিৰণ্যৰঞ্জন গ্ৰন্থকুতী, লম্বোদৰ বৰা ৰোড, তেজপুৰ।
২৷ বি, আৰ, কলিতা এণ্ড কোং, তেজপুৰ।