৩৪
তৃতীয় অঙ্ক
নগৰৰ বিহুতলী
|
|
লিখি পঠাইছিল। মই তেনেকৈ নপঠাওঁ বুলিছিলোঁ। পিচে মাকে ক'লে বোলে সখীয়েকে ইমানকৈ মাতিছে,নগলে বেয়া পাব। সেই দেখি সাত পাঁচ গুণি পঠিয়াই দিলোঁ।
|
মিনা—এতিয়া ঘূৰি অহা নাই হবল।?
| মিনা—
|
এতিয়া ঘূৰি অহা নাই হবলা ।
|
| মন—
|
নাই। তাকে ভাবি-মূৰ ঘমাইছোঁ। কালি ভাবিছিলোঁ বোলো সখীয়েকে খুৱাই-বুৱাই আবেলি পঠিয়াব চাগৈ। পিচত আবেলিহে নালাগে ৰাতিও নাহিল।এতিয়ালৈকে একো খবৰ নাই। আপুনি কিবা জানে নে তাৰেহে বুজ ল'বলৈ যাবলৈ ওলাইছিলোঁ।
|
| মিনা-
|
কথা বোধ কৰোঁ বিষমেই।
|
| মন—
|
কি! কিবা হ'ল নে কি? আপুনি কি খবৰ পাইছে?
|
| মিনা-
|
পৰহি মোহন মোৰ ঘৰতো সোমাইছিল আৰএতিয়াৰ কথাও কৈছিল। এতিয়া জানিছোঁ সেইখন চিঠি জাল।
|
| মিনা—
|
কালি মই ছোৱালীজনীলৈ কিবাকিবি লৈ গৈছিলোঁ। তাত শুনিলোঁ বোলে মোহন ড্ৰাইভাৰ নাই। কোনা কোনোৱে বোলে এজনী গাভৰু ছোৱালী লগত লৈ তাক পুৱাৰ জাহাজত গুৱাহাটীৰ ফালে যোৱা দেখিছে। বিদ্যাৰ পৰা জানিলোঁ তাই চিঠিও দিয়া নাই, মোহনকো পঠিওৱা নাই। লীলাই বোলে বিদ্যাক দেখাকে দিয়া নাই। সকলো কথাই ফাকি। এতিয়া ভালকৈ বুজা গল মোহনৰ
|