পৃষ্ঠা:ধৰম গিত.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৭
খ্ৰিষ্টলৈ পপিৰ প্ৰাৰ্থনা।


৬৫

Sinner's Prayer.

Ocean. 8, 7.

প্ৰভু, আমি জন্মৰ পাপি,
 একো নাই আমাৰ উপাই,
অতি দুখে হৈচোঁ তাপি,
 কি হব আমাৰ বিলাই?

কিন্তু তুমি সান্ত কৰা
 খেমা কৰি সকল পাপ,
সেসৰ দিনা দাঙ্গি ধৰা
 গুচাই আমাৰ সকল তাপ।

স্বগতো প্ৰিথিবিতো
 তুমি আচা সৰ্বোপৰ,
তোমত বাজে নাহি কতো
 সৰ্বগিয়ানি এক ইস্বৰ।

প্ৰভু য়িচু দায়া কৰি
 আমাক নিবা সুখৰ ঠাই,
কৰিম স্তুতি পৰি পৰি
 তোমাৰ চৰনত সদাই। ব. প.