পৃষ্ঠা:ধৰম গিত.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
য়িচু ত্ৰান কৰ্তা।

৪৪

Mercy of Christ.
Atonement. 6, 6, 7.

 প্ৰভু খ্ৰিষ্টে জনম
 সৰু লোকত ধৰি
প্ৰিথিবিলৈ আহিলে;
 পাপ মোচন কৰম
 সন্তোসেৰে কৰি
পিত্ৰি বাক্য সুনালে।

 খোৰা, কনা, কলা,
 অনেক ৰুগি লোকক
বাক্যেৰে ভাল কৰিলে;
 সজ পথেৰে বলা,
 অধিক লোকৰ দুখক
মৰম কৰি গুচালে।

 সেই প্ৰভুৰ মহিমা
 দুষ্ট লোকে দেখি
অতি খিয়াল কৰিলে;