পৃষ্ঠা:ধৰম গিত.djvu/২৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৯

উলঙ্ঘন কৰাতে বৰ ভই হল, পাচত সি আপোনাৰ আচৰন, আৰু কথাতে সদাই সাৱধান হৈ আছিল। আৰু এই কৰম ভাল, কি সেই কৰম ভাল, আৰু ইয়াকে কৰিলে ইস্বৰে খঙ্গ কৰিব, কি ন কৰিব, সেই কথা বেলিএ বেলিএ মেমত মুধিচিল, এই ৰুপে কৰি তাৰ সকলো বেয়া আচাৰ বেৱহাৰ অলপ দিনৰ মাজতে এৰি পেলালে। হেনৰিএ কেতিয়াও বেয়া কথা ন কই; জেতিয়া আন কোনোএ বেয়া কথা কই, তেতিয়া সি অতিসই দুখ পাই। সি সকলো লোকে সৈতে নম্ৰ আৰু দয়ালু ৰুপে কথা কই, আৰু আপোনাক চেলাম দিয়া দেখিলে, সি সৰু লোককো চেলাম কৰে। জদি কোনোএ তাক ৰুপ দিএ, তেন্তে