পৃষ্ঠা:ধৰম গিত.djvu/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৬
ইস্বৰে নিমন্ত্ৰন কৰা।


হৈচে সোকত মোৰ চকু খিন,
কৰিবা পলম কিমান দিন?
হে প্ৰভু, পালটি অহোক,
পৰিত্ৰান কৰা পাপত মোক।
 ন. ল. ফ.

২০৭
“Thus saith the wisdom of the Lord."
Hebron. L. M.

ইস্বৰৰ গিয়ানে এই ৰুপ কই,
মোৰ মাত সুনা লোক ধন্য হই;
পৰ দি দুআৰ মুখত জি জন
কৰে মোৰ কৰুনা মাগন;

সেয়ে পাই মোৰ ক্ৰিপা নিচই,
সুখ অসিমা, ধনো অখই,
অবিনাস জিৱন, ক্ৰিপাৰ বৰ,
তাৰ হই লাভ দায়া ইস্বৰৰ।

কিন্তু জি পাপি অধম নৰ
নে চাপে কেতিয়াও মোৰ ওচৰ,
সি বিনাস কৰে আপোন প্ৰান,
মোৰ আত্মাক কৰি অপমান।
 ন. ল. ফ.