পৃষ্ঠা:ধৰম গিত.djvu/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৯
প্ৰভুৰ আগমন চিন্তা।


প্ৰিয় প্ৰভুক এৰা ৰতি
 মনক দেখোঁ অতি ভই,
অহ, আপোনাৰ মোহৰ মাৰি,
প্ৰভু ৰাখা মোৰ ৰিদই।
 W. W.

২০২
“When thou, my righteous Judge, shalt come.”
Anticipation. C. P. M.

মোৰ বিচাৰ কৰ্তাৰ অহা কাল,
মাতিবৰ সাধু লোক সকল,
 সুনিম নে তাত, মোৰ নাম?
হে য়িচু, জানোঁ পাপি মই,
জাৰ থাকে ম্ৰিতুৰ এনে ভই,
 সোঁ হাতে ঠাই নে পাম।

তেও প্ৰভুৰ সিস্য গোট খোআ কাল
উবুৰি পৰি পাইচোঁ ভাল,
 সবাতকৈ পাপি মই;
সেই ওপৰ সভাত ময়ো ঠাই
নে পালে লগত, অহ, হাই, হাই!
 দুৰ্ভগিয়া মোৰ ৰিদই!