পৃষ্ঠা:ধৰম গিত.djvu/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৮
ভক্তিৰ নিমিতে প্ৰাৰ্থনা।


ভাগৰ নে লাগোক, হে মোৰ মন!
 দেখা অয়ুিসৰ দিন ঢুকাই!
সোন কাল বিস্ৰামত মোৰ গমন,
 ভোগ কৰি প্ৰভুৰ মুখ সদাই।
 W. W.

২০১
“ Come, thou fount of every blessing."
Bartimeus. 8. 7.

আহাঁ, সৰ্ব আসিৰ্বাদ দিঁওতা,
 মনৰ স্তুতি উদগাই,
প্ৰেম, অসিমা প্ৰেমৰ জোগ্য
 গান জেন স্বৰ্গৰ দৰে গাই।

দুৰ বিদেসি জোআ অবাটে
 য়িচু মোক বিচাৰিলে,
ৰাখিবৰ বিনাসৰ পৰা
 তেঁওৰ অমুল্য তেজ দিলে।

দিনে দিনে তেঁওৰ অনুগ্ৰহ
 পাই, বৰ্হাইচোঁ কেনে ধাৰ!
ৰাখা মোক প্ৰেম জৰিত বান্ধি,
সৰিল, প্ৰান, কেৱল তোমাৰ।