পৃষ্ঠা:ধৰম গিত.djvu/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২১
ইস্বৰৰ মহিমা।


গিয়ানৱন্ত হোআ ৰজাগন
হৈ তেঁওৰ চৰনত সৰ্নাপন;
ভয়েৰে কৰা তেঁওক অদৰ
সকলো কলিত জিৱনৰ।

লই জিবিলাকে তেঁওত আস্ৰই,
অনন্ত কাল সি ধন্য হই;
তাৰ হব জিৱন অবিনাস,
পাই স্বৰ্গ ধামত নিত্য বাস।
 ন. ল. ফ.

১৯৬
God's Condescension. Ps. VIII.
Uxbridge. L. M.


হে পৰম ইস্বৰ, তোমাৰ নাম
হৈচে মহত এই মৰ্ত্য ধাম;
তোমাৰ গুন মহিমাৰ আসন
স্বৰগত কৰিচা থাপন।

আপোনাৰ সত্ৰু হিংসকবোৰ
পেলাবৰ হেতু লাজত ঘোৰ,
কেঁচুআ লৰাৰ মুখৰ স্তও
কৰাইচা প্ৰকাস নিজ গৌৰও।