পৃষ্ঠা:ধৰম গিত.djvu/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৬
প্ৰভুৰ ৰাজ্য।

কোমল মেৰ পোআলি ৰাখি আপোন ম্ৰিদু হাত
আহাৰ খুআই, লই সাবটি ৰখিয়াৰ হিয়াত;
সেই ৰুপে তেঁও কৰে সকল মনুস্যৰ সন্তান,
ভবিস্যত কালৰো পিত্ৰি কৰিব পালন।

১৯২
Christ's Kingdom established.

ৰাজ্যে ৰাজ্যৰ অহিত কৰি কতো নুঠিব,
অগ্নিৰুপ হিংসাৰ চকুৰে গোট নাহি খাব;
চোকা অস্ত্ৰ সস্ত্ৰে ৰনৰ ঠাই নে বেৰিব,
সিঙ্গা, ভেঁৰি, ৰনৰ বাদ্যে ক্ৰোধ ন জলাব।


সাজিব নাঙ্গলৰ ফালো ভাঙ্গি তৰোআল,
বৰচাৰে কাচি গৰ্হাই লব সেহি কাল।
তাতে অনেকো ৰাজপুৰি হবগৈ উত্‌পন,
পিত্ৰিৰ সকল কাৰ্জক পুত্ৰে কৰিব সাধন;


তাৰ বঙ্গহত দ্ৰাখা লতাই চাঁ দি ধৰিব,
জি সিঁচিব, সেয়ে সস্যক ভোজন কৰিব।
মৰু ভুমি বাটৰুআই দেখে আচৰিত,
পদ্ম আৰু ত্ৰিন সকলে কৰিচে সুভিত।