পৃষ্ঠা:ধৰম গিত.djvu/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৭
খ্ৰিষ্টৰ ৰাজ্য বৰ্হা।

১৫০

Extension of Messiah's Kingdom. Ps. LXXII.
Bethel, 11, 8.

জইধনি হওক প্ৰভু, দাৱিদৰ সন্তান,
 তেঁওৰ ৰাজ সাসন হব নিয়াই;
তেঁও দুখি দৰিদ্ৰক প্ৰেম কৰিব দান,
 দুষ্টালিৰ অমুৰি গুচাই।

জি ৰূপেৰে ব্ৰিষ্টি মেঘৰ পৰে তল,
 সুন্দৰ গজে ত্ৰিন প্ৰিথিবিত,
সেই ৰুপে তেঁওৰ অহাত অৰন্য সকল
 ফুল আদিৰে হব ভুসিত।

তেঁওৰ কালতে বাৰ্হিব ধৰম প্ৰচুৰ,
 কুসল হৈ ভুগোল সমুদাই;
সকল ৰজা প্ৰজা বস হব য়িচুৰ,
 বহু মুল্য ভেঁটি বৰ্হাই।

তেঁওৰ নামেৰে প্ৰাৰ্থনা হব অসেস,
 অখই হব প্ৰভুৰ আদৰ;
জি কাল সুৰ্জে চলিব দেসে বিদেস,
 তেঁওৰ স্তুতি গান কৰিব নৰ।   ন. ব.