পৃষ্ঠা:ধৰম গিত.djvu/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬২
স্বৰগৰ সুখ।

ফটিক ৰুপ নিৰ্মল অম্ৰিত নৈ
 ওলাই সিংহাসনৰ,
তাৰ মাজত বাৰে বিধ গুটি
 লাগে গচ জিৱনৰ।

তাত দৰ্সন পাই পোআলি মেৰ,
 পিত্ৰিৰো প্ৰফুল মুখ;
অনন্ত কালৰ বিস্ৰাম পাই,
 নু গুচে মনৰ সুখ।

অহ, কেনে ৰহস্য সুখৰ থান,
 স্বৰুপেই প্ৰেমৰ সাৰ;
অজুত গুন অজুত কাল ঢুকাই,
 তেও আগ নে পাব তাৰ।  ন. ল.

১৩৬

“When we've been there ten thousand years.”
Dismission. 8, 7.

আমি স্বৰ্গত কোটি কল্প,
 সুৰ্জৰ সমান দিপ্তিমই,
ভুগিলতো অতি অল্প
 সুখৰ কাল ন হব খই।   ন. ব.