পৃষ্ঠা:ধৰম গিত.djvu/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬
সিস্যৰ মৰন।

আমাৰ এই ঠাইত কেলেস,
 বিয়াধি, মৰন;
তাত থাকে ৰঙ্গ অসেস,
 সোভা জৌৱন;
দুত ৰুপে উৰি জাই,
চাৰি দিলে মৰ্ত্য কাই,
সুখেৰে কাল নিয়াই
 অখই জিৱন।  ন. ব.

১২৪

“Hear what the voice from heaven proclaims.”
London. C. M.

আকাসৰ সুনা জি বচন
 ধৰমিৰ অৰ্থে কই,
প্ৰভুৰ আস্ৰয়ত জাৰ মৰন
 সদাকাল ধন্য হই।

স্ৰম এৰি সিবিলাক সকল
 ভোগ কৰে সুখ আলই;
এই জন্মত কৰা কৰম ফল
 মৰনৰ পাচেও ৰই।  ন. ব.