পৃষ্ঠা:ধৰম গিত.djvu/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৩
সিস্যৰ মৰন আৰু উঠান।

মুক্তি হব ম্ৰিত্যুৰ বন্ধন,
 সুনি দুতৰ ভেঁৰিৰ স্বৰ;
জয়জুক্ত আত্মা আহি
 সৰিল পিন্ধিব অমৰ।
পৰিপুৰ্ন অলংক্ৰিত সকল,
 স্বৰ্গিয়, আকাৰ, স্বৰ্গিয় মুখ;
দৰ্সন পাই য়িচুৰ আনন্দৰ
 ভাগি হব, কেনে সুখ!

হে প্ৰভু, এই সকল আসা
 তোমাৰ মৰন দুখত পাঁও;
মৰ্ত্য লোকে সাধ্য মনে
 তোমাৰ গুনৰ কিৰ্তন গাঁও;
কিন্তু পৰকালে উঠি
 তোমাৰ পাই পবিত্ৰ থান,
অমৰ মুখে সুন্দৰ সুৰে
 স্তুতি কৰিম পৰম গান।
 ন. ব.