পৃষ্ঠা:ধৰম গিত.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
জলপ্লাবনে পাপিক মৰা।

১০১

Destruction of Sinners by the Flood.
Bunker Hill. 10.

সুনা প্ৰিথিবিৰ সকল পাপি নৰ,
নিৰাকাৰ কিন্তু সক্তি ভয়ঙ্কৰ,
জি কালত পাপে কৰিলে প্ৰবেস,
ধৰমি নোহাক তেঁও দিলে আদেস।

ক্ৰিপা কৰি প্ৰভু দিলে উপাই,
সাজি জাহাজ তাতে থাকা লুকাই,
প্ৰিথিবি আৰু পহু পখি নৰ
ইস্বৰৰ ইচা হল চন কৰিবৰ।

সেই কালত ইস্বৰে ক্ৰোধেৰে চাই,
দু কুৰি দিনলৈ ব্ৰিষ্টি অনাই,
প্ৰিথিবি পৰ্বত সকলো তল গল,
কেৱল আঠ প্ৰানি জাহাজতে ৰল।

জি কালত পানিৰে হল জলাকাৰ,
সকল প্ৰিথিবিত লাগিল হাহাকাৰ,
নৰ পহু পখি কাকো নেৰিলে,
এই ৰুপে সকল সংহাৰ কৰিলে।

ছ ৪