সমললৈ যাওক

পৃষ্ঠা:ধুমূহাৰ পাছত.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইংবেজ--অসীমীয়া--ইংৰেজী অভিধান-- Sarma’s S ANGLO-ASSAMESE

DICTIONARY

( Thoroughly Revised & Enlarged ) Price Rupees Seven & Annas Twelve Only.

এখন নিখুত আক নিৰ্ভৰযোগ্য ইংৰেজী-_ অসমীয়া অভিধানৰ অভাব বিশেষভাবে অমুভূত হৈ আছিল, সেই অভাব শৰ্ম্মাৰ এংলো-আচানিজ ডিক্সনেৰীয়ে স্বুকলমে দূৰ কৰিব পাৰিছে।

শৰ্ম্মাদেৱৰ অসমীয়া অভিধানৰ দৰেই এই ডিজ্পনেবীখনো ছাত্র-শিক্ষক, পাঠক-লিখক, মুনি-তিৰোতা, লৰা-বুঢ়া সকলৰ পক্ষেই অপৰিহাধ্য--অসমৰ সংবাদপত্ৰসমূহ আৰু অসমীয়া স্থৃধি সমাজৰ এইটোয়েই স্ুচিঞ্িত অভিমত |

কিতাপখনৰ বিশেষত্ববিলাকলৈ অলপ মন কৰক--

(ক) ইয়াত সকলোবিলাক প্রয়োজনীয় ইংৰেজী শব্দ (Word), আরঙ্কীয় খণ্ডবাক্য ৪ সুজ শব্দ (Compound Word) আৰু সংক্ষিপ্ত ৰূপ (Abbrevintion) দিয়া হৈছে।

(খে) সকলে! বিলাক ইংবেজী শব্দৰ আধুনিক উচ্চাৰণ (Pronounciation) অসমীয়াত দিয়া হৈছে।

গি) ইয়াত পতি ইংবেজী শৰৰ অসমীয়া প্রতিশব্দৰ লগে লগে ইংবেজী alone (Synonym) প্রদান ইয়াৰ অন্ততৰ বৈশিষ্ট ।

(ঘ) অসমীয়া প্রতিশব্দবিনাক আত সহজ সৰল আৰু যথাযথকৈ দিয়াত ইয়াৰ উপযোগীতা অধিকতৰ বৃদ্ধি পাইছে।

(৬) নিছাইক অপ্ৰচলিত আৰু অলাগতিয়াল শখ ভৰাই কিতাপৰ কলেবৰ বৃদ্ধ কৰি ইয়াৰ দাম বঢ়োৱা নাই।

0). আজিলৈ প্রকাশ হোৱা ইংৰেজী অসমীয়া অভিধানৰ (ভিতৰত এইখনেই mete আৰ সৰ্বক্লোৎকৃষ্ট।

6) প্রায় ন'শ পৃষ্ঠা স্থণিত পৰকাবন্ধ| মনোজ্ঞ কিতাপখন ৰাইজৰ হবিধাৰ্থে মাৰ See সাতটকা বাৰ অন! দৰত (al হৈছে । ৰ