সমললৈ যাওক

পৃষ্ঠা:ধুমূহাৰ পাছত.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Hida কীৰ্তন ৰ

শ্রীস্রীশহ্ববদেরৰ কীর্তন পুথি অসমীয়া! জাতিৰ অমূল্য সম্পদ। seat অমৃতধাবা পান কৰি জাভিয়ে অকুত্রিম আনন্দ লাভ কৰবাৰ ভাগে লগে বোগ-শোক-জৰা-ব্যাধি-দুখ- ভাপৰ পৰা নিদ্কৃতি পাই আহিছে। কীত্ত'নৰ সোৱাদ Baa, ভাৰ ভক্তি-ভাঁর ওপজা শক্তি অসাধাৰণ। Sea দৰে স্থূললিত ছন্দত লিখা! পুথি বিবল। sea জগতৰ সকলে। শাস্ত্ৰ সাব। কীর্তন নেথাকিলে গৃহ AHA বুলি কলেও অভ্যুক্তি নহয়। কীর্তন কিনক ! কীর্তন পঢ়ক ! কীন্ত'নৰ মাহাত্ম্য এচাৰ কৰক !

এই নিত্যব্যবহার্ধ্য আক নিত্য প্রয়োজনীয় গ্রন্থখন মুল্যবান ডাঠ কাগজত ধুনীয়াকৈ ছপাই আঁক মনোমোহাকৈ বন্ধাই অকল প্রচাবন উদ্দেশ্যেই মাত্র সাত টকা আঠ অনা দামত আগ বঢ়াইছে"।। একেলগে ভিনিখল কিভাপ কিনিলে ডাকমাচুল ফি. দিয়া হব।

আজিয়েই অৰ্ডাৰ দিয়ক।

Sra a= a faerie