৪৮ ধুমূহাৰ পাছত কৰিবলৈ ধৰিছে। সকলে। কান তেওঁৰ তত্তাৱৱানত। বনুৱা আৰু কৰ্্মচৰীৰ ‘বেৰেক’ আৰু ঘৰ আদিৰ সকলে। দায়ীত্ব তেওঁৰ ওপৰত ।
তেওঁ বনুৱ৷বিলাকক নৈতিক উন্নতিৰ বিষয়ে, চুৰি ডকাইতি আদিৰ ভয়াবহ পৰিণামৰ কথ। নান। সজ উপদেশেৰে বুজাই | ৰাগীয়াল বন্ত ব্যৱহাৰ কৰাৰ অপকাৰীতাৰ বিবয়ে পিহঁতক এদিন কৈছিল--ৰাগীয়াল বস্তুৰ ব্যৱহাৰে মানুহক নানা অপকৰ্ম্ম কৰিৰলৈ প্রলোভিত কৰি মানুহক পশুত্বলৈ নিয়ে। জীৱনৰ মাজলৈ বিণৃঙ্ঘলত। আনে আৰু হিতাহিত জ্ঞান লোপ কৰে।
সেইদিন| অজয় সুন্দৰ সাজেৰে সজ্জিত হৈ, আশাৰ জিলিঙনিৰ সমাবেশ পূৰ্ণ হিয়া লৈ ঘৰলৈ আহিল। লগত কিছুমান 42 মাক আৰু ভায়েকলৈ লৈ আহিলে । ৷
মাকে আথেবেথে খুৱাই মেলি কলে--বোপাই, এতিয়া তোৰ ঘৰখন পতাৰহে দিহা কৰিব লাগে। কেব| জোৰ মানুহে আহি মোক ধৰিছেহি। “বাৰু হব লাহে ধীৰে” এই বুলি কৈ তেওঁ অন্যমনস্ক যেন হৈ ইফালে সিফালে ঘূৰি অলপ পিছত Bae ঘৰৰ ফালে খোজ ললে।
তেওঁ গৈ বৰুৱাৰ বাঁহিৰ চৰাত বহিলগৈ ৷ এনেতে বকর! _ ওলাই আহিল। বৰুৱাই কলে--অ--অজয় বোপা' ! কেতিয়া আহিলা ?