ধুমূহাৰ পাছত ৪৭
_ তোমাক ক’ম--খুলিয়েই ক’ম ৷ হয়তো শুনি আজি মোৰ ওপৰত তোমাৰ Gal ভাব আহিব। মোৰ ওপৰত এটা তিক্ততাৰ ভাব MRT eerste তাইৰ ভাল পোৱাই মোৰ জীৱনলৈ এটা নতুন স্পন্দন আনিলে। মই তাইক ভাল পাওঁ। মই কবলৈ আজি লাঙ্গ নকৰে৷--তাইৰ পৰা প্ৰেৰণ৷ পাইহে আজি মোৰ জীৱনৰ গতি ফিৰিল।- জীৱনত abl নতুন পথ বাছি ললে| ৷ নহলে হয়তো আজি সি অন্যাৰূপ ললেহেতেন ! মই নিজক হেকৱালোহেতেন ৷ অজয়ে কৈ এটা দীঘল নিশ্বাস ললে। ৰাজেনে অজয়লৈ একেথৰে চাই বাল । তাৰ পিছত কলে,_তোমাৰ মনৰ বলক মই বখানে | তুমি কিন্ত সচাকৈরে ভাগ্যৱান ৷
_কেনেকৈ ?
__ তোমাৰ 'লাভাবব কাৰণে ৷ তোমালোকৰ বিয়া হৈ যাব ৷ অজয়ে ক্ষীণ হাহি মাৰি কলে_আশা ৰাখে| |
সন্ধ্যাব অন্ধকাৰ ক্রমে বাটি আহিল। ছুয়ো বন্ধু ধীৰে ধীৰে উঠি ঘৰমুৱ| হ'ল।
বাৰ
কিছুদিনৰ পিছৰ কথা ৷ অজয়ে অধ্যৱসায় আৰু একা গ্রতাৰ
বলত কাৰখানাৰ এজন প্রধান কৰ্ম্মমাৰী হৈ পৰিল। তেওঁৰ
আদেশত এতিয়া শ শ বনুৱা! আৰু কৰ্ম্মচাৰীয়ে নিজৰ কাম চর