সমললৈ যাওক

পৃষ্ঠা:ধুমূহাৰ পাছত.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

38 ধুমূহাৰ পাছত

বিচাৰে ক্ষমত| ব্যৱহাৰৰ উপায়। আহি পৰে অহঙ্কাৰ ৷ মানৱ সমষ্টিক উত্কৰ্ষ সাধনৰ বাটৰ পৰা টানি লৈ যায় ধ্বংসৰ মুখলৈ ৷ সেই খিনিতেই foal শক্তিৰ অপব্যৱহাৰ হয়। সেই কাৰণেই আদৰ্শ এনে হোৱে| উচিং যি আদৰ্শ সাৰ্ব্বজনীন, বিশ্ব মান্ৱৰ কল্যাণকৰ আৰু সকলোৰে গ্রহণ যোগ্য | এই বিশ্ব ব্ৰহ্মাণখনো এটা কেন্দ্ৰীয় শক্তিৰ দ্বাৰা স্থুনিয়ন্ত্ৰিত ভাবে পৰিচালিত হৈছে _ আবহমান কালৰে পৰা । এই মহা! মানবৰ সমাজতো। এনে এটা মহাশক্তিশালী কেন্দ্রীয় শক্তি লাগে যাৰ দ্বাৰাই সমগ্র মানৱ সমাজ পৰিচালিত হয়।

এনেতে কেইজনমান মানুহ আহিল। তেওঁবিলাকে আলোচনা বন্ধ কৰিলে। অলপ পিছতে ছুয়ো ওলাই গৈ নৈৰ পাৰ পালেগৈ।

ছুয়ো নৈৰ পাৰতে বহিল |

বহল নৈখনৰ ওপৰত দৃষ্টি ৰাখি অজয়ে কলে__

_ জীরনৰ এটা উদ্দেশ্যও আছে |

__কেনে বুলি ভাবো ৷

__জীরনক পূর্ণতাৰ ফালে লৈ যোৱাই জীৱনৰ উদ্দেশ্য ৷

কিন্তু সি হৈ উঠে ক'ত? হা-ভ্মুনীয়াহৰ মাজে দিয়েই জীৱনৰ আৰম্ভ আৰু তাৰ মাজেদিয়েই যেন শেষ হব--এনে BAMA হয়।

__এই এটা ক্ষুদ্ৰ জীৱন--ইয়াৰ তুঞ্টি সাধনৰ কাৰণে যি সকল লাগে তাকেই আহৰণ কৰ| যেন কঠিন |