সমললৈ যাওক

পৃষ্ঠা:ধুমূহাৰ পাছত.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪২ ধুমূহাৰ পাছত

সুবিধা নহব,--এই বুলি কৈ তেওঁ বৰুৱাৰ উত্তৰলৈ অপেক্ষা নকৰি নিজৰ বাট ললে। বৰুৱাণীয়ে ওলাই আহি সকলে। দেখি কলে “ভালেই হ’ল ৷”

ভালেই হ’ল! কোৱা কি?

মোৰ ছোৱালীৰ মনত ya পোর। কথাটোত মই বৰ কষ্ট অনুভব কৰে| ৷ ধনীৰ ঘৰৰ লব। হলে কি হব! ধোদৰ পচলা হৈ বহি বহি কুচিন্তা কৰা এটালৈ দিয়াতকৈ এতিয়| তাইৰ মনোমত মানুহলৈ দিলে geal সুখী হব।

তোমাৰ গাতে| দেখিছে। এতিয়া আধুনিকতাৰ বায়ু লাগিল। মই নকৈছিলো। ছোৱালীক লাই দিলে ভাল নহব |

এঘাৰ

চহৰত অজয়ে এজন পুৰণি সহপাঠী বন্ধুৰ লগ পালে। ৰাজেন তেওঁৰ বভুদিনীয়! পুৰণি বন্ধু৷ দুয়োৰে মিলনত আকৌ আগৰ বন্ধুত৷ গাঢ় হৈ পৰিল।

সেইদিন। ৰাজেন আহি অজয়ক লগত লৈ ফুৰিবলৈ ওলাই গ’ল। Wa ওলাই গৈ চহৰৰ লাইব্ৰেৰী পালেগৈ৷ তেতিয়া কোনে| অহ। নাই । ছুয়ো বেঞ্চত বহিল | অজয়ে এখন দৈনিক কাগজ লৈ চাই আছে-এনেতে ৰাজেনে মাত লগালে-_

__সৌ আলমাৰীবোৰতে শ শ চিন্তাশীল লিখকৰ প্রতিভা সোমাই আছে।