ধুমৃহাৰ পাছত 3৯ মাহিন্দ্রীয়ে হাকৈ ইন্দুলৈ চাই থাকিল। অলপ পিছত তেও দিছিল। Baza অলপ ইতস্ততঃ কৰি কয় । _কোন ?--অজয়ে ?
“ও” বুলি কৈ ইন্দুৱে মুখখন ছুই হাতেৰে ঢাকি পেলালে। wera অলপ জানে| কি এটা ভাবিলে, তাৰ পাছত কলে “বাৰু যাওঁ বল৷” এই বুলি কৈ grat ঘৰলৈ আহিল ।
কু * + ক্ল
সেই দিনাই বৰুৱাৰ ঘৰত হুলস্থূল লাগি পৰিল। বৰুৱাই খঙত এবাৰ বাহিৰলৈ, এবাৰ ভিতৰলৈ আহিছে। বৰুৱাণীয়ে কলে এতিয়া মই কি কৰে৷ |
কিটোনে। আৰু কৰিব-_কৈ দিয়ক বিয়া নহব ৷
ভ, কিন্তু মোৰ কথ। ৰ’ল ক'ত? তেওঁৱেই বা মোক কি
সেইটোনো কি কথা, আজি কালি লৰাছোরালীৰ ওপৰতেই
ৰ কৰে বুলি দেখোন তেওঁ নিজেই লিখিছে ; গতিকে আনিও তাকেই কওঁ | “ay?
বাহিৰত বহি থক| কৃষ্ণনাথৰ কাণত সকলে| কথ! পৰিল। তেওঁ আগৰে পবা তেনে এট| সন্দেহ কৰিছিল। এতিয়! সকলোনোৰ শুনি তেওঁৰ দৃঢ় বিশ্বাস হঁল। এনেতে বৰুৱা ওলাই আহিল। বৰুৱাক দেখি কৃষ্ণনাথে কলে--মই যাওঁ, মুঠতে