ধুমুহাৰ পাছত ৩৩
ইন্দুৱে হাহিলে। অজয়ে ইন্দুৰ মনৰ ভাব বুজিব পাৰিলে |
তাৰ পাছত অজয়ে ইন্দুৰ হাতত ধৰি অঙ,লিত আঙঠিটো! পিন্ধাই দি কলে “ভালপোৱাৰ চিন ইন্দু ৷”
ইন্দুৱে মুখত হাহি লৈয়েই থাকিল। অঙ্গয়ে কলে--মোৰ জীৱনলৈ সচাকৈয়ে এটা Yaz আহিছিল। এটা ক্ষুদ্ৰ আলোড়ন দিলে। কিন্তু vata নোৱাৰিলে। তাৰ পাছত বোধকৰে| শান্তিয়েই দেখা দিব ' ইন্দুৱে দীঘল নিশ্বাস টানি কর “মানুহৰ জীৱনৰ মাজলৈ অহা আবঙ্জনাবিলাক আতৰিলেই মানুহৰ স্বাভাৱিক সৌন্দৰ্য্য প্রকাশ পায়৷”
“ঠিকেই ইন্দু, সেইবিলাকে মানুহৰ স্বাভাৱিক উৎকর্ষ সাধনৰ বাটত আহি বাধা দিয়ে। কিন্তু সেইবিলাকক প্রভাবান্বিত্ কৰিব পাৰিলেই জীৱন ঠিক বাটেই যায় ৷”
বাক ইন্দু, তোমাক এটা কথা সোধে৷ |
সোধক।
- তোমাক মই বিয়া কৰাবলৈ আশ! ৰাখিছে! ।
মোৰনো আক কোন আছে বুলি ভাবিছে ৷
কোনোরাই বাধা দিব নেকি?
সেই বিষয়ে ভাবিব নেলাগে ৷ দুয়ো লি নিমাত 1
বাৰু ।
অন্তৰত অশেষ তৃপ্তি আৰু চকুত পুলকৰ ৰেখা লৈ অজয় আতৰ হ’ল।
৩