সমললৈ যাওক

পৃষ্ঠা:ধুমূহাৰ পাছত.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধুমূহাৰ পাছত ৩১

শুনি বৰ ভাল পাইছেখ। জীৱনত অনেক ভুল হয়, কিন্তু তাৰ বাবে অনুশোচন| কৰা আৰু নতুন পথ বাচি লব পৰাটো এটা ডাঙৰ কথ। ৷” “হয় সেইটে। অৱশ্যে মই স্বীকাৰ কৰে৷ ৷ জীৱনৰ বিভিন্ন স্তৰত বিভিন্ন ভাবধাৰাই আহি প্রভাৱ বিস্তাৰ কৰে। তাৰ ভিতৰত কিছুমান ধ্বংসাত্মক আৰু কিছুমান ভাল ৷”

দ্বংসাজক ভাবৰ বশবর্তী হলেই afer তেতিয়াই অধঃপতন আৰম্ভ হয়। ALATA তোমালোকৰ ঘৰখনৰ ভাল লহে আমি ভাল পাওঁ। এই বুলি কৈ মাকে মাতিলে rg” | Baya লাহেকৈ ওলাই আহি ae “Te আই।” “যাচোন চাহ এটোপা এওঁক দেহি ৷’ ইন্দু ওলাই আহোতে লাহেকৈ অজয়ৰ ফালে চালে । অজয়ে লক্ষ্য কৰিলে ইন্দুৰ মুখত এটা প্রসন্নতাৰ চিন ফুটি উঠিছে ৷ ইন্দু ভিতৰলৈ সোমাই গ’ল। মাকে ora “Si বহা, লৰাছোৱালীবোৰ আছেই নহয়। মই নাম ঘৰলৈ যাব লগা হ’ল। দেউতাৰাকে৷ অথনিয়েই গ’ল।

“ভাল বাৰু ৷”

মাকে সাজ পাৰ পিন্ধি লাহেকৈ ওলাই গ’ল।

ইন্দুৱে অলপ পিছতে চাহ লৈ আহি অজয়ক দিলেহি। অজয়ে চাহৰ পিয়লাটো হাতত লৈ কলে--“তুমি নাম ঘৰলৈ যাব| নেকি ?” “মই cate, আপনিনে। যাব কেতিয়| ?”

_কাইলৈয়ে যাম,

__কাইলৈয়ে যাব? আজিহে আহিছে হব পাই ৷

হয় ! যাবই লাগিব ইন্দু, চাকৰিৰ কথা নহয় ।